অর্থ : মূল্য বা দাম কম হোৱা কার্য ্বা ভাৱ
উদাহরণ :
বজাৰত এতিয়া মন্দা অৱস্থা চলি আছে
সমার্থক : মন্দাৱস্থা
অর্থ : বজাৰত বিক্রী কম হোৱা কার্য ্বা অৱস্থা
উদাহরণ :
শেয়াৰ বজাৰত হঠাৎ অহা মন্দাৰ কাৰণে তেওঁ বহুত ্লোকচান ভৰিলে
সমার্থক : মন্দাৱস্থা