পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মনা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মনা   ক্ৰিয়া

অর্থ : মানি লোৱা

উদাহরণ : ঠেহ পতা ৰাণীয়ে মানিলে

অর্থ : কাৰোবাৰ প্রতি আদৰৰ ভাব ৰখা

উদাহরণ : মই তেখেতক বহুত মানো

অর্থ : সহমত হোৱা

উদাহরণ : মই আপোনাৰ কথা স্বীকাৰ কৰোঁ

সমার্থক : মানি চলা, স্বীকাৰ কৰা, ৰাজি হোৱা

অর্থ : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা

উদাহরণ : মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ

সমার্থক : মানি লোৱা, স্বীকাৰ কৰা

অর্থ : ধর্মীয় দৃষ্টিৰে কোনো কথাৰ ওপৰত শ্রদ্ধা বা দৃষ্টি ৰখা

উদাহরণ : মই নিৰাকাৰ ঈশ্বৰক মানো

অর্থ : মহত্ত্ব বুজি পোৱা

উদাহরণ : এতিয়া মানিবই লাগিব যে তুমি গার্হস্থ্য-বিজ্ঞানৰ অভিজ্ঞ লোক