সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যৌৱন আৰু বৃদ্ধ অৱস্থাৰ মাজৰ সময়ছোৱাৰ ব্যক্তি
উদাহরণ : এজন প্রৌঢ়লোকে দৌৰি যোৱা চোৰটোক ধৰিলে
সমার্থক : আদবয়সীয়া, প্রৌঢ়, মধ্যবয়স্ক
অর্থ : বৃদ্ধাৱস্থা আৰু যৌৱনকালৰ মাজৰ অৱস্থা
উদাহরণ : আমাৰ অধ্যাপিকা এগৰাকী আদহীয়া মহিলা
সমার্থক : আদহীয়া, প্রৌঢ়
ইনস্টল