সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজনে প্রায়েই অত্যধিক মদ পান কৰে
উদাহরণ : মদাহীটো মদ খোৱাৰ পিছত নলাটোত সৰি পৰিল
সমার্থক : মদপী
অর্থ : মদ পান কৰা ব্যক্তি
উদাহরণ : মদাহীটোৱে ঢলং-ঢপঙকৈ গৈ আছিল
অর্থ : প্রায়েই অত্যধিক মদ পান কৰোতা
উদাহরণ : মদপী ৰমেশে সদায় মদ খাই ঘৰলৈ আহে
অর্থ : মদ খাই থকা
উদাহরণ : মদাহী ড্রাইভাৰে গাড়ীখন গছত খুন্দা মাৰি দিলে
ইনস্টল