অর্থ : মণিপুৰত কোৱা ভাষা
উদাহরণ :
তেওঁলোক দুয়োজনে মণিপুৰীত কথাপাতি আছে
অর্থ : মণিপুৰৰ অধিবাসী
উদাহরণ :
আজি ৰঙ্গমঞ্চত মণিপুৰী সকলৰ নৃত্য আছিল
অর্থ : মণিপুৰত থকা বা বসতি কৰা
উদাহরণ :
কাইলৈ আমাৰ কলেজলৈ মণিপুৰী ডাক্তৰৰ এটা দল আহিব
অর্থ : মণিপুৰৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
আমি মণিপুৰী নৃত্য চাবলৈ গৈছিলোঁ
অর্থ : মণিপুৰী ভাষাত ৰচিত
উদাহরণ :
তুমি মোক মণিপুৰী সাহিত্যৰ বিষয়ে কিবা খবৰ দিব পাৰিবা নেকি ?