সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভর্তি কৰা কার্য
উদাহরণ : গুদামত ধান ভৰাই থকা হৈছে
অর্থ : কোনো বস্তু আদিৰ খালী ঠাইৰ কোনো অংশ বস্তুৰে পূর্ণ ্হোৱা
উদাহরণ : বৰষুণৰ পানীৰে পুখুৰীটো ভৰি গʼল
সমার্থক : ভৰি যোৱা
অর্থ : কাৰোবাক ভৰিবলে প্রবৃত্ত কৰোৱা
উদাহরণ : পুথি্ভঁ্ৰালৰ কিতাপ সময়ত ঘূৰাই নিদিয়া বাবে পুথি্ভঁ্ৰালৰ অধ্যক্ষই পঞ্চাশ টকা জৰিমণা ভৰালে
সমার্থক : ভৰোৱা
ইনস্টল