অর্থ : পাগলৰ দৰে ব্যর্থ ্কথা কোৱা
উদাহরণ :
তীব্র জ্বৰৰ বাবে তেওঁ ্প্রলাপ বকি আছে
সমার্থক : প্রলাপ বকা, ভুল বকা
অর্থ : মনৰ ভিতৰতে অস্পষ্ট শ্্ব্দত কিবা কোৱা
উদাহরণ :
কাম কৰিবলৈ কওঁতেই তেওঁ ্ভোৰভোৰাবলৈ লাগিল
অর্থ : টোপনি বা বেহুচ হৈ থকাৰ সময়ত কিবাকিবি কোৱা
উদাহরণ :
সুমনৰ আইতাকে ৰাতি শোৱাৰ পিছত বেলবেলাই থাকে
সমার্থক : বেলবেলোৱা