সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ ভেদন কৰিব পৰা যায়
উদাহরণ : চিকাৰীৰ বাণত ভেদ্য পক্ষীটো মাটিত আহি পৰিল
সমার্থক : ভেদনীয়
অর্থ : যিটো ভেদ কৰা বা ছেদ কৰা হৈছে
উদাহরণ : তেওঁ ভেদক নিচানটোত বাৰে বাৰে ভেদ কৰি আছে
সমার্থক : ভেদক, ভেদিত
অর্থ : যাক ভেদ কৰিব পাৰি
উদাহরণ : এইটো ভেদ্য দুর্গ
ইনস্টল