সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি কাপোৰ, গহনা আদি ধাৰণ কৰি আছে
উদাহরণ : সজ্জিত মহিলাই মঞ্চত নৃত্য কৰি আছিল
সমার্থক : সজ্জিত
অর্থ : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
উদাহরণ : সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
সমার্থক : অলংকাৰপূর্ণ, অলংকৃত, আভূষিত, বিভূষিত, সজ্জিত
ইনস্টল