অর্থ : নাটক আদিত কোনো চৰিত্রৰ অভিনয়
উদাহরণ :
এই চিনেমাখনত অমিতাভৰ ভূমিকা অভিনৱ আছিল
অর্থ : কোনো কিতাপ আদিৰ আৰম্ভণিতে থকা বক্তব্য যাৰ দ্বাৰা কিতাপখনৰ বিষয়ে জানিব পাৰি
উদাহরণ :
এই কিতাপখনৰ ভূমিকা বহুত ভাবি-চিন্তি লিখা হৈছে
সমার্থক : অৱতৰণিকা, পাতনি, প্রস্তাৱনা, প্রাক্-কথন, প্রাক্কথন, মুখবন্ধ