অর্থ : পানী বা কোনো তৰল পদার্থৰ ্সহায়ত কোনো বস্তু মোলায়ম কৰা
উদাহরণ :
কুমাৰে কলহ বনাবৰ কাৰণে মাটি তিয়াই আছে
সমার্থক : তিওৱা
অর্থ : কোনো বস্তুক পানী বা কোনো তৰল পদার্থত সিক্ত হʼবলৈ ডুবাই ৰখা
উদাহরণ :
ৰাতিপুৱা খাবলৈ মায়ে সদায় বুট তিয়াই থয়
সমার্থক : তিওৱা, তিয়াই থোৱা