সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বোজা কঢ়িওৱা কামত লগোৱা পশু
উদাহরণ : গাধ এবিধ ভাৰবাহী পশু
সমার্থক : বোজা কঢ়িওৱা পশু, বোজা বাহক পশু, ভাৰবাহী জন্তু, ভাৰবাহী পশু
অর্থ : যিয়ে ভাৰ কঢ়িয়াবলৈ সক্ষম বা যাৰ জৰিয়তে ভাৰ বা বোজা কঢ়িওৱা হয়
উদাহরণ : গাধ এটা বোজাবাহক পশু
সমার্থক : বোজাবাহক, বোজাবাহী, ভাৰবাহক
ইনস্টল