অর্থ : কোনো বিষয়ত কিবা কোৱা
উদাহরণ :
আজি আচার্যই হিন্দু সংস্কৃতিৰ ওপৰত নিজৰ বক্তব্য ৰাখিলে
সমার্থক : বক্তব্য দিয়া, বক্তব্য ৰখা, বক্তৃতা দিয়া
অর্থ : সভা আদিত শ্রোতাসকলৰ সন্মুখত কোনো বিষয়ে নিজৰ ভাব ব্যক্ত কৰা
উদাহরণ :
মুখ্য অতিথিয়ে অনুশাসনৰ মহত্ত্ব সম্পর্কত ভাষণ দিলে
সমার্থক : কথা কোৱা, বক্তব্য ৰখা