অর্থ : ভাব-চিন্তা বা বিচাৰ সহকাৰে
উদাহরণ :
ভাবি-চিন্তিয়েই মই এই কামটো হাতত লৈছো
সমার্থক : গুণা-গঁথ্া কৰি, গুণি-পিটি, বুজি-বাজি, ভবা-গুণা কৰি, ভবা-চিন্তা কৰি, ভাবি-চিন্তি
অর্থ : সাৱধান সহকাৰে
উদাহরণ :
যি কোনো কাম সাৱধানে কৰিব লাগে
সমার্থক : আগ-পিছ গুণি, গুণা-গঁথা কৰি, চাই-চিতি, ভূত-ভৱিষ্যত চিন্তা কৰি, সন্তর্পণে, সাৱধানে
অর্থ : চিন্তা সহকাৰে বা চিন্তাগ্রস্ত হৈ
উদাহরণ :
বজাৰলৈ যোৱা স্বামীৰ কাৰণে শ্যামাই উদ্বিগ্নতাৰে ৰৈ আছিল
সমার্থক : উদ্বিগ্নতাপূর্বক, উদ্বিগ্নতাৰে, উদ্বিগ্নভাৱে, গুণা-গঁথ্া কৰি, চিন্তিতভাৱে, ভবা-গুণা কৰি, ভবা-চিন্তা কৰি, ভাবি-চিন্তি