সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ
উদাহরণ : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে
সমার্থক : কোষ, কোষাগাৰ, ভঁৰ্াল, ভঁৰ্াল ঘৰ
অর্থ : বহুত ধন থকা কোষ বা স্থান
উদাহরণ : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল
সমার্থক : কোষ, কোষাগাৰ, খাজানা
অর্থ : সঞ্চিত ধন, জ্ঞান আদি
উদাহরণ : ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ
সমার্থক : কোষ, খাজানা, নিধি
অর্থ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
উদাহরণ :
সমার্থক : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
অর্থ : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ
উদাহরণ : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল
সমার্থক : ভঁ্ৰাল, সাগৰ
ইনস্টল