সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পানীৰ ্ সোঁতত পৰি তাৰ সৈতে অনবৰতে গৈ থকা
উদাহরণ : বানপানীত কিমান যে পশু উটি গৈছে
সমার্থক : উটা, উটি যোৱা, উটি-ভাহি যোৱা, ওপঙা, বৈ যোৱা, ভাসমান হোৱা, ভাহি যোৱা
অর্থ : যি দ্রৱত উপঙি আছে
উদাহরণ : শিশুটোৱে পানীত উপঙি থকা কাগজৰ নাওখন দেখি হাত চাপৰি বজাইছিল
সমার্থক : উপঙা, উপঙি থকা, প্লৱমান, ভাসন্ত, ভাসমান, ভাহি থকা
ইনস্টল