সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অলপ অলপ কৰি দিয়া
উদাহরণ : পণ্ডিতে পূজাৰ পিছত পঞ্চামৃত বিতৰণ কৰিলে
সমার্থক : বিতৰণ কৰা, ভগাই দিয়া
অর্থ : আনক দৌৰা বা খেদাত প্রবৃত্ত কৰা
উদাহরণ : কুকুৰটোৱে মেকুৰীটোক দৌৰাই আছে
সমার্থক : দৌৰাই থকা, দৌৰোৱা
অর্থ : কোনো বস্তু আদিৰ বহুতো ভাগ কৰা
উদাহরণ : চোৰে চুৰ কৰা সামগ্রীবোৰ ভগাই লʼলে
সমার্থক : বিভাজন কৰা, ভাগ কৰা
অর্থ : অংশীদাৰ অনুসৰি কিবা পোৱা বা দিয়া
উদাহরণ : আজি বিদ্যালয়ত মিঠাই ভগোৱা হʼব
সমার্থক : বিতৰণ কৰা
ইনস্টল