সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি নিজৰ স্বার্থৰ ্বাবে কাৰোবাৰ সর্বনাশ কৰে
উদাহরণ : যেতিয়া ৰক্ষকেই ভক্ষক হৈ পৰে তেতিয়া কোনেও একো কৰিব নোৱাৰে
সমার্থক : ভক্ষী
অর্থ : যিয়ে খায়
উদাহরণ : সিংহ এবিধ মাংসভোজী জন্তু
সমার্থক : আহাৰার্থী, আহাৰী, খাওঁ্তা, খাদক, খাৱৈয়া, ভক্ষণকাৰী, ভক্ষী, ভক্ষ্য, ভোক্তা, ভোজক, ভোজনকাৰী, ভোজী
ইনস্টল