অর্থ : প্রাকৃতিকভাৱে বা কৃত্রিমভাৱে পানীৰ গোট মৰা ৰূপ
উদাহরণ :
তেওঁ ্ পানীখিনি ঠাণ্ডা কৰিবলৈ বৰফ মিহলাইছে
সমার্থক : আইচ
অর্থ : পানীৰ একপ্রকাৰ গোটা ৰূপ
উদাহরণ :
শূন্য ডিগ্রী ছেলছিয়াছত পানী বৰফ হʼল
অর্থ : জলবায়ুৰ শীতলতাৰ কাৰণে ভাপৰ অনুবোৰৰ যি তৰপ ওপৰৰ পৰা মাটিত পৰে
উদাহরণ :
আজি পাহাৰীয়া অঞ্চলত বৰফ পৰাৰ সম্ভাৱনা আছে
সমার্থক : হিম