অর্থ : বহুত কথা কʼব পৰাজন
উদাহরণ :
প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
সমার্থক : অতিভাষী, কথকী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকপটু, বাকসর্বস্ব, বৰকথকী, মুখসর্বস্ব
অর্থ : যিজনে জোখতকৈ বঢ়াই কথা কয়
উদাহরণ :
মই বৰকথীয়া মানুহ ভাল নাপাও