অর্থ : সমাজৰ দ্বাৰা নি্র্ধাৰিত কোনো কাম কৰাৰ এক বিশেষ প্রচলিত ৰীতি
উদাহরণ :
এই কার্যালয়ৰ ব্যৱস্থা অতি শোচনীয়
সমার্থক : ব্যৱস্থা
অর্থ : ব্যৱস্থা কৰা কার্য ্বা ভাব
উদাহরণ :
সকলো কামৰে ব্যৱস্থাপনা ভালদৰে হোৱা উচিত
সমার্থক : আয়োজন, যা-যোগাৰ, যোগাৰ, সু-বন্দৱস্ত, সু-ব্যৱস্থা