অর্থ : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য
উদাহরণ :
বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল
সমার্থক : আয়োজন
অর্থ : সমাজৰ দ্বাৰা নি্র্ধাৰিত কোনো কাম কৰাৰ এক বিশেষ প্রচলিত ৰীতি
উদাহরণ :
এই কার্যালয়ৰ ব্যৱস্থা অতি শোচনীয়
সমার্থক : ব্যৱস্থাপনা
অর্থ : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি
উদাহরণ :
সমার্থক : আয়োজন, বন্দৱস্ত, ব্যৱস্থাপনা
অর্থ : শাস্ত্র আদিৰ দ্বাৰা নি্র্ধাৰিত কোনো কামৰ বিধান
উদাহরণ :
কামৰ আধাৰত নি্র্ধাৰণ কৰা বৈদিক যুগৰ চাৰি ্বর্ণ ব্যৱস্থা
অর্থ : এটাৰ আনটোৰ সৈতে সম্পর্ক ্থকা উপাদানেৰে গঠিত এক স্বতন্ত্র একক
উদাহরণ :
সংৰক্ষণৰ দ্বাৰা শিক্ষা ব্যৱস্থা প্রভাবিত হয়