সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ব্যভিচাৰ কৰা লোক
উদাহরণ : ব্যভিচাৰীক সমাজত হেয় দৃষ্টিৰে চোৱা হয়
সমার্থক : ব্যভিচাৰী ব্যক্তি, ব্যভিচাৰী লোক
অর্থ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট
উদাহরণ :
সমার্থক : কামুক, খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, বদমাচ, লম্পট, লুচ্ছা
অর্থ : যি ব্যভিচাৰ কৰে
উদাহরণ : আদিবাসীসকলে এজন ব্যভিচাৰী ্কর্ম্্চাৰীক ধৰিলৈ বহুত পিটিলে
সমার্থক : কামী, কামুক, খেচেৰা, খেচৰ, লম্পট, লুচ্ছা
ইনস্টল