অর্থ : অসভ্য ৰূপত
উদাহরণ :
শ্যামে বেয়াকৈ কʼলে যে তুমি ইয়াৰ পৰা গুচি যোৱা
সমার্থক : অশিষ্টভাৱে, অসভ্যতঃ, অসভ্যভাৱে, শিষ্টাচাৰহীনভাৱে
অর্থ : বেয়া ধৰণে
উদাহরণ :
মানুহে তেওঁক ্বেয়াকৈ পিটিলে
অর্থ : বেয়া ধৰণে
উদাহরণ :
আমাৰ খেলুৱৈসকলে বেয়াকৈ খেলাৰ বাবে আমি খেলখনত হাৰিলো