অর্থ : বেলাৰুচৰ নিবাসী
উদাহরণ :
সেই বেলাৰুচিয়ানজনে নিজৰ দেশৰ বিষয়ে বহুখিনি কৈছিল
সমার্থক : বেলাৰুচ-বাসী, বেলাৰুচবাসী
অর্থ : বেলাৰুচৰ লোকসকলৰ ভাষা
উদাহরণ :
বেলাৰুচত বেলাৰুচিয়ানৰ বাহিৰেও ৰাছিয়ানো কয়
সমার্থক : বেলাৰুচিয়ান ভাষা
অর্থ : বেলাৰুচৰ বা বেলাৰুচ সম্বন্ধী
উদাহরণ :
তেওঁ ্বেলাৰুচিয়ান সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰিছে
অর্থ : বেলাৰুচিয়ান ভাষাৰ বা বেলাৰুচিয়ান ভাষা সম্বন্ধী
উদাহরণ :
লিখকসকলৰ মাজত সেই বেলাৰুচিয়ান লিখনিটোৰ বহুত চর্চা হৈছিল