সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : তৰকাৰী হিচাপে খোৱা বেঙুনীয়া ৰঙৰ ফল লগা এবিধ গুল্মজাতীয় উদ্ভিদ
উদাহরণ : খেতিয়কে বেঙেনাৰ খেতিডৰা নিয়াই আছে
সমার্থক : বেঙেনা গছ
অর্থ : এবিধ গুল্মজাতীয় উদ্ভিদৰ তৰকাৰী হিচাপে খোৱা বেঙুনীয়া ৰঙৰ ফল!
উদাহরণ : মায়ে আঞ্জা ৰান্ধিবৰ কাৰণে বেঙেনা কাটি আছে
ইনস্টল