অর্থ : ৰঙা আৰু নীলা ৰং মিহলাই উলিওৱা জামুক বা বেঙেনাৰ নিচিনা ৰং
উদাহরণ :
চিত্রকৰজনে চিত্রখনৰ অধিকাংশই বেঙুনীয়া ৰঙেৰে বুলাইছে
সমার্থক : জামুক ৰং, বেঙ্গুনীয়া
অর্থ : বেঙেনা বা জামুকৰ দৰে ৰঙচুৱা নীলা ৰঙৰ
উদাহরণ :
বেঙুনীয়া ৰঙৰ কাপোৰে তেওঁক বৰ ্শুৱায়