অর্থ : ডাকিব পৰা এবিধ সৰু আকাৰৰ বিষাক্ত সৰীসৃপ
উদাহরণ :
তেওঁক বৃশ্চিকে ডাকিলে
অর্থ : ৰাশিচক্রৰ দ্বাদশ ৰাশিৰ মাজৰ অষ্টম ৰাশি যʼত বিশাখাৰ অন্তিম পাদ, সম্পূর্ণ অনুৰাধা আৰু জেষ্ঠা নক্ষত্র আছে
উদাহরণ :
বৃশ্চিক ৰাশিৰ চিহ্ন বিছা
সমার্থক : বৃশ্চিক ৰাশি, বৃশ্চিকৰাশি