অর্থ : যাৰ বুদ্ধি আৰু বোধশক্তি অধিক
উদাহরণ :
বুদ্ধিমানৰ সংগত থাকি থাকি তুমিও বুদ্ধিমান হৈ পৰিবা
সমার্থক : ধীমান, ধীসম্পন্ন, বুদ্ধিমন্ত, বুদ্ধিশালী, মতিমান, মেধাবান, মেধাবী, মেধাযুক্ত, মেধাৱান, মেধাৱী
অর্থ : যিজন বুদ্ধি আৰু বোধশক্তি সম্পন্ন
উদাহরণ :
বুদ্ধিমান লোকে কাৰো সৈতে অযথা তর্ক নকৰে
সমার্থক : ধীমান, ধীসম্পন্ন, বুদ্ধিমন্ত, বুদ্ধিশালী, বুধিয়ক, মতিমান, মেধাবী