সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভাষাৰ জ্ঞান থকা
উদাহরণ : মই তামিল নুবুজোঁ
সমার্থক : বুজা
অর্থ : ধ্যান বা বোধলৈ অহা
উদাহরণ : এই কামটো মই পিছত কৰিম কাৰণ এতিয়া মই একো বুজি পোৱা নাই
অর্থ : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা
উদাহরণ : প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ
সমার্থক : জনা
অর্থ : কিহবাৰ স্বভাৱ বা গুণ আদি জনা
উদাহরণ : মই তেওঁক বুজিব পৰা নাই
সমার্থক : জনা, বুজা
ইনস্টল