সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি লিপিৰ দ্বাৰা বুগী ভাষা লিখা হয়
উদাহরণ : বুগী লিপিত টাটু আদি অঁকা হয়
সমার্থক : বুগী লিপি
অর্থ : ছুলাৱেসী দ্বীপৰ জনসাধাৰণে কোৱা ভাষা
উদাহরণ : তেওঁ বুগী ভাষা ভালকৈ কʼব পাৰে
সমার্থক : বুগী ভাষা
অর্থ : ছুলাৱেসী দ্বীপৰ অধিবাসী
উদাহরণ : তেখেতে বুগীসকলৰ সৈতে ব্যৱসায় কৰিবলৈ গৈছে
ইনস্টল