অর্থ : বিৰোধ কৰোতা ব্যক্তি
উদাহরণ :
বিৰোধীসকলক নিজৰ দলৰ সৈতে চামিল কৰি লোৱাই ভাল হʼব
সমার্থক : বিৰোধক
অর্থ : যি বিৰোধত আছে
উদাহরণ :
এইবাৰৰ নি্র্বাচনত তেওঁ বিৰোধী দলৰ সৈতে হাত মিলাইছে
অর্থ : বিৰোধ কৰোতা
উদাহরণ :
বিৰোধী নেতাসকলৰ মুখ কেনেকৈ বন্ধ কৰা যায় ?