অর্থ : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে
উদাহরণ :
মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে
সমার্থক : অসন্তুষ্টতা, আমনি, তিক্ততা
অর্থ : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব
উদাহরণ :
আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল
সমার্থক : আমনি
অর্থ : আমনি লগা পৰিস্থিতি
উদাহরণ :
দিনৰ দিনটো সন্মিলনত সকলোৰে বক্তৃতা শুনি-শুনি এতিয়া বিৰক্তি লাগি গৈছে, বʼলা অলপ ফুৰি আহোঁ
অর্থ : বিৰক্তিৰ অৱস্থা বা ভাৱ
উদাহরণ :
তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে
সমার্থক : আমনি
অর্থ : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব
উদাহরণ :
অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে
সমার্থক : অনাসক্তি, আসক্তিহীনতা, বিৰাগ