সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি পদার্থ সেৱন কৰিলে বা শৰীৰত প্রৱেশ কৰাৰ লগে-লগে শৰীৰ অস্থিৰ হৈ পৰে আৰু কেতিয়াবা-কেতিয়াবা প্রাণীৰ মৃত্যু পর্যন্ত ঘটিব পাৰে
উদাহরণ : সমুদ্র মন্থনত ওলোৱা বিহ ভগৱান শংকৰে পান কৰিছিল
সমার্থক : কালকূট, গৰল, জহৰ, বিহ, হলাহল
অর্থ : মাজে মাজে হোৱা বিষ
উদাহরণ : এনে লাগিছে যেন বিষত মোৰ প্রাণ যায়
সমার্থক : পীড়া, বিষ বেদনা, বিষ-বেমাৰ
ইনস্টল