অর্থ : যিজনে খ্যাতি লাভ কৰিছে:লতা মংগেশকাৰ এগৰাকী প্রসিদ্ধ গায়িকা
উদাহরণ :
সমার্থক : খিতপীয়া, খ্যাত, খ্যাতনামা, খ্যাতিমন্ত, খ্যাতিমান, জনা-শুনা, নামকৰা, নামজাদা, নামী, প্রখ্যাত, প্রথিতনামা, প্রথিতযখা, প্রসিদ্ধ, বিখ্যাত, যশস্বান, যশস্বী, যশস্যাশালী, যশোধন, যশোমণ্ডিত, যশোৱন্ত, যশোৱান, সুখ্যাত, সুপ্রসিদ্ধ, সুবিদিত, স্বনামধন্য