সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যʼত কোনো ময়লা বা কলুষতা নাই
উদাহরণ : শুদ্ধ অন্তৰেৰে ঈশ্বৰক স্মৰণ কৰিব লাগেজুৰিৰ পানী নি্র্মল
সমার্থক : অপংকিল, অপঙ্কিল, অমলিন, কলুষহীন, চাফা, নি্র্মল, পবিত্র, প্রাঞ্জল, পৰিষ্কাৰ, বিমল, শুদ্ধ, স্বচ্ছ
অর্থ : যিটো পৰিশোধিত কৰা হৈছে বা যি পৰিশুদ্ধ
উদাহরণ : এইটো খাঁটি সোণৰ বিস্কুট
সমার্থক : আচল, খাঁটি
অর্থ : যিটো মিশ্রিত নহয়
উদাহরণ : সোণ এবিধ অমিশ্রিত ধাতু
সমার্থক : অমিশ্র, অমিশ্রিত
ইনস্টল