অর্থ : কোনো অংশত পৃথক পৃথক হোৱা
উদাহরণ :
স্বাধীনতাৰ পিছত ভাৰতবর্ষ ্দুভাগত বিভক্ত হʼল
সমার্থক : পৃথক হোৱা
অর্থ : * সম্বন্ধ আদি নাইকিয়া হোৱা
উদাহরণ :
নিজৰ মাজতে কাজিয়া লাগি পতি-পত্নী দুয়ো এৰা-এৰি হʼল
সমার্থক : আঁতৰ্া-আঁতৰি হোৱা, এৰা-এৰি হোৱা, নিলগ হোৱা, নিলগা-নিলগি হোৱা, পৃথক হোৱা, বিচ্ছিন্ন হোৱা, বেলেগ হোৱা