অর্থ : বিচাৰপূর্বক নি্র্ণয় ্ কৰা ক্রিয়া
উদাহরণ :
আজিকালিৰ আলোচনা চক্রত তুলসী দাসৰ ৰচনাৰাজি ভালদৰে বিবেচনা কৰে
সমার্থক : পর্যালোচনা, বিচাৰ, বিচাৰ-বিবেচনা, মীমাংসা, মূল্যায়ন
অর্থ : কোনো বস্তুক ভালধৰণে বিচাৰ বা পৰীক্ষা কৰা কার্য
উদাহরণ :
ভালধৰণে বিবেচনা কৰাৰ পিছত কথাটোৰ সত্যতা স্বীকাৰ কৰা উচিত
সমার্থক : চালিজাৰি চোৱা-