অর্থ : যিজন পুৰুষৰ বিবাহ হৈ গৈছে
উদাহরণ :
বিবাহিতসকলৰ মাজত তুমি অবিবাহিতজন কʼৰ পৰা আহিলা
সমার্থক : বিবাহিত পুৰুষ
অর্থ : যাৰ বিয়া হৈ গৈছে
উদাহরণ :
মোহন এজন বিবাহিত লোক
অর্থ : বিবাহ সম্বন্ধী বা বিবাহৰ
উদাহরণ :
তেওঁ নিজৰ বিবাহিত জীৱনত বহুত সুখী