অর্থ : ৰেখা গণিতত অংকন কৰা এক সৰু গোল চিহ্ন যি কিহবাৰ নির্দেশ কৰে কিন্তু তাত কোনো দীঘ, প্রস্থ নাথাকে আৰু যাৰ কোনো বিভাগ কৰিব নোৱাৰি
উদাহরণ :
লʼৰা-ছোৱালীবোৰে খেলি খেলি বিন্দুবোৰ মিলাই এখন হাতীৰ চিত্র তৈয়াৰ কৰিলে
অর্থ : কোনো বস্তুৰ ওপৰত বনোৱা বা পৰা সৰু গোল চিহ্ন
উদাহরণ :
এই কাপোৰখনৰ ৰং-চঙীয়া ফোঁটখিনি ভাল লাগিছে
সমার্থক : ফোঁট