সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট
উদাহরণ : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে
সমার্থক : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, খিয়াল, পৰশ্রীকাতৰতা, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা
অর্থ : শত্রুৰ ভাব বা কার্য
উদাহরণ : আপুনি শত্রুতা পাহৰি যোৱাটোৱেই ভাল
সমার্থক : অৰি, আখেজ, দুচমন, দুছমন, দুশমন, দ্বেষ, দ্রোহ, প্রতিকূলতা, বিৰোধিতা, বিৰোধী ভাব, বৈৰীতা, শতুৰালি, শতুৰু, শত্রুতা, শতৰু
ইনস্টল