সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বিদেশৰ নিবাসী
উদাহরণ : আমি আমাৰ দেশলৈ অহা বিদেশীসকলৰ সন্মান কৰা উচিত
অর্থ : অন্য দেশৰ সৈতে সম্পর্ক ্থকা বা অন্য দেশৰ
উদাহরণ : এই বজাৰখনত প্রায়েই বিদেশী বস্তু পোৱা যায়
সমার্থক : পৰদেশী, বিলাতী
অর্থ : যিজনে অন্য দেশত বসতি কৰি আছে
উদাহরণ : প্রতিদিনে ভাৰতলৈ ভালেমান বিদেশী পর্যটকৰ আগমন ঘটে
ইনস্টল