সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজনে বিজয় লাভ কৰিছে
উদাহরণ : জনসাধাৰণে বিজয়ীজনক নিজৰ কান্ধৰ ওপৰত উঠাই লʼলে
সমার্থক : অভিজিত, বিজেতা
অর্থ : যি জিকিব পাৰে বা জিকাৰ যোগ্য
উদাহরণ : দুষ্টও প্রেমৰ দ্বাৰা জয়ী হয়
সমার্থক : জিকাৰু, জিনোতা, জিষ্ণু, জেতা, জয়যুক্ত, জয়শীল, জয়ী, বশকাৰী, বিজেতা, সফল
অর্থ : পৰাজিত কৰোতা
উদাহরণ : বিজেতা ৰজাই পৰাজিত ৰজাক বন্দী কৰিছিল
ইনস্টল