অর্থ : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা
উদাহরণ :
মোৰ কিবা খাবৰ মন গৈছে
সমার্থক : অভিলাষ কৰা, ইচ্ছা কৰা, ইচ্ছা যোৱা, মন যোৱা
অর্থ : কোনো কথা বা কামত কৰা ইচ্ছা
উদাহরণ :
মই আপোনাৰ পৰা আর্থিক সাহায্য বিচাৰিছোঁ মই ভৱিষ্যতে সকলো ভাল হʼব বুলি আশা কৰিছোঁ
সমার্থক : আশা কৰা
অর্থ : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা
উদাহরণ :
পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে
সমার্থক : অনুসন্ধান কৰা, অন্বেষণ কৰা