সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পূর্বৰ ্অৱস্থাতকৈ ভাল অৱস্থা বা উচ্চ অৱস্থাৰ পিনে ধাৱমান হোৱা কার্য
উদাহরণ : ভাৰতৰ উন্নতি ভাৰতীয়সকলৰ ওপৰত নি্র্ভৰ কৰে
সমার্থক : উত্থান, উদ্গতি, উন্নতি, উন্নয়ন, প্রগতি
অর্থ : বঢ়া বা বিকশিত হোৱা কার্য ্বা ভাব
উদাহরণ : জন্মৰ পৰা পাঁচবছৰ বয়সলৈকে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ সকলোতকৈ অধিক হয়
অর্থ : বঢ়া বা বঢ়োৱা কার্য
উদাহরণ : অজ্ঞানতাই আমাৰ অহংকাৰ বৃদ্ধি কৰে
সমার্থক : বৃদ্ধি, সংবর্ধন, ্বর্ধন
ইনস্টল