সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বিকাশ প্রাপ্ত হোৱা
উদাহরণ : আমাৰ বেপাৰ লাহে-লাহে প্রসাৰিত হৈ আছে
সমার্থক : প্রসাৰিত হোৱা
অর্থ : নতুনকৈ হোৱা গছপুলিত পাত গজা আৰু সেউজীয়া হোৱা
উদাহরণ : শুকাই যোৱা গছপুলিটোৱে পানী পোৱাৰ লগে-লগে ঠন ধৰিবলৈ ধৰিলে
সমার্থক : ঠন ধৰা, সজাল ধৰা
ইনস্টল