সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আগদিনাই বা বহু সময়ৰ আগতেই ৰন্ধা
উদাহরণ : বাহি হোৱা আহাৰ খালে শৰীৰৰ অপকাৰ হʼব পাৰে
সমার্থক : পর্যুষিত, বাহি
অর্থ : যি নিজৰ ওপৰত বা নিজৰ মাজত কোনো বস্তু ৰাখি বা কঢ়িয়াই কʼৰবালৈ লৈ যায়
উদাহরণ : ৰক্ত বাহী নলিকাৰে হৃদযন্ত্রলৈ তেজ চলাচল কৰে
সমার্থক : বাহিকা
ইনস্টল