অর্থ : মানৱ নির্মিত বাহন যাৰ সহায়ত স্থল, জল বা আকাশ মার্গৰ ্পৰা যাত্রা কৰিব পৰা যায় বা কোনো কাম কৰিব পৰা যায়
উদাহরণ :
বায়ুযান, জলযান আদিবোৰ বাহন
সমার্থক : যান
অর্থ : যʼত উঠি বা বস্তু-বাহানি জাপি কʼৰবালৈ যাব পাৰি
উদাহরণ :
তেওঁ ্ৰাস্তাৰ কাষত ঠিয় হৈ চহৰৰ ফালে যাবৰ বাবে কিবা বাহনৰ অপেক্ষা কৰি আছিল ্দুর্গা দেৱীৰ বাহন সিংহ