সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কিষ্কিন্ধাৰ বানৰ ৰজা যিজন সুগ্রীবৰ ককায়েক আৰু অংগদৰ পিতৃ আছিল
উদাহরণ : বালীক ভগৱান ৰামে মাৰিছিল
অর্থ : ইণ্ডোনেছিয়াৰ এটা দ্বীপ
উদাহরণ : বালীৰ বেছিভাগ অধিবাসীয়েই হিন্দু
সমার্থক : বালী দ্বীপ
অর্থ : বালী দ্বীপৰ লোকৰ ভাষা
উদাহরণ : তেওঁ নিজৰ খুৰীয়েকৰ পৰা বালী শিকিলে
সমার্থক : বালী ভাষা
অর্থ : যি লিপিত বালী ভাষা লিখা হয়
উদাহরণ : বালীৰ হোটেলত লিখা বালী কথাখিনি তেওঁ পঢ়িব নোৱাৰিলে
সমার্থক : বালী লিপি
ইনস্টল