অর্থ : জন্মৰ পৰা এক-দুই বছৰ বয়সৰ লʼৰা-ছোৱালী
উদাহরণ :
মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
সমার্থক : কেঁচুৱাশিশু, পেন্দুকণা, বাচ্চা
অর্থ : যি ব্যক্তিৰ কোনো বিশেষ ক্ষেত্রত জ্ঞান, অনুভৱ আদিৰ অভাৱ হয়
উদাহরণ :
বিজ্ঞানৰ ক্ষেত্রত এতিয়া আপুনি বালক